Travel

Technology

Saturday, December 15, 2018

আঘোণ অহাৰ পাছতে

আঘোণ অহাৰ পাছতে
উৰুঙা হয় মনবোৰ ।
উদং পথাৰ, উদং গছ
উকা উকা যেন লাগে সকলো।
এক ধূলিময় যাত্ৰা
হালধীয়া বোৰৰ মাজেদি
আকৌ মনবোৰ এদিন সেউজীয়া হব।



NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
 

Sports

Maintenance by ISHAN S.DHAR