Travel

Technology

Tuesday, February 26, 2019

পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ দৃশ্যাংশ🔥



আজি পুৱা ৩.৩০ মিনিটত ভাৰতীয় বায়ু সেনাৰ ১২ খন মিৰাজ  ২০০০ বিমানে  LOC পাৰ কৰি পাকিস্তানৰ POKত থকা সন্ত্ৰাসবাদী শিবিৰত ১০০০ কেজি ওজনৰ শক্তিশালী বমে আক্ৰমণ কৰিছে ২০০/৩০০ সন্ত্ৰাসবাদী মৃত্যু হোৱাৰ আশংকা । বি:দ্ৰ:-৭১ চনৰ যুদ্ধৰ পিছত প্ৰথমবাৰলৈ ভাৰতে ব্যৱহাৰ কৰিলে যুদ্ধ বিমান ।
জয় হিন্দ । পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বোমা পেলাই ভাৰতীয় বায়ু সেনাই যি শক্তি প্ৰদৰ্শন কৰিলে তাৰ বাবে হাজাৰবাৰ চেল্যুট ।পুনৰবাৰ কৈছোঁ,য়ে নয়া হিন্দুস্তান হে,ঘৰ মে ঘুছেগা ভি,মাৰেগা ভি ।



ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ দৃশ্যাংশ

জয় হিন্দ ।




















NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
 

Sports

Maintenance by ISHAN S.DHAR